58
জয়ন্ত মুদৈ, নগাঁওঃ নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্যতম গুৰুত্বপূৰ্ণ পথ হৈছে ডিমৌ-ৰাইদঙীয়া সংযোগী গড়কাপ্তানী পথটো৷
অসমীয়া কলা-কৃষ্টি-সাহিত্য-সংস্কৃতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ইতিহাস বিজড়িত শ্ৰীশ্ৰী বটদ্ৰৱা থানলৈ অহা-যোৱা কৰাৰ ক্ষেত্ৰত অতীজৰেপৰা নামনি অসমৰ ৰাইজে সততে “বৰদোৱা বাইপাছ” ৰূপে ব্যৱহাৰ কৰি আহিছে এই পথটি৷