Home ৰাজ্যনগাঁৱত শিৱৰাত্ৰিৰ গইনা লৈ ভাঙৰ মুকলি বেহা

নগাঁৱত শিৱৰাত্ৰিৰ গইনা লৈ ভাঙৰ মুকলি বেহা

by News Desk
A+A-
Reset
bhang

জয়ন্ত মুদৈ, নগাঁওঃ সমগ্ৰ ৰাজ্যৰ দৰে নগাঁও জিলাৰো সৰ্ব প্ৰান্ততে সোমবাৰে ব্যাপক উৎসাহ-উদ্দীপনাৰ মাজেৰে পালন কৰা হয় মহাশিৱৰাত্ৰি মহোৎসৱ৷ দেৱাদি দেৱ মহাদেৱক আৰাধনা কৰাৰ নিমিত্তে পুৱাৰেপৰা ভক্তৰ সমাগমেৰে উদুলি-মুদুলি হৈ পৰা মন্দিৰ-দেৱালয়সমূহত সন্ধ্যালৈ বিৰ দি বাট নোপোৱা পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা যায়৷ 

কিন্তু নগাঁও চহৰৰ লগতে ইয়াৰ পাৰ্শ্বৱৰ্তী একাংশ মহোৎসৱস্থলীত অবাধে ভাঙৰ মুক্ত বেহা চলা কাৰ্যই ব্যাপক প্ৰতিক্ৰিয়াৰ উদ্ভৱ হৈছে সচেতন লোকৰ মাজত৷ প্ৰধানকৈ শিৱৰাত্ৰিৰ গইনা লৈ একাংশ মন্দিৰ প্ৰাংগণত স্থাপন কৰা অস্থায়ী দোকানত সম্পূৰ্ণ মুকলিভাৱেই বিক্ৰী কৰা হৈছে নিষিদ্ধ ভাং৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0