Home ৰাজ্যনগাঁৱত বিহু দলৰ কৰ্ম-কাণ্ডক লৈ ক্ষোভিত সংস্কৃতিপ্ৰেমী

নগাঁৱত বিহু দলৰ কৰ্ম-কাণ্ডক লৈ ক্ষোভিত সংস্কৃতিপ্ৰেমী

by News Desk
48 views
A+A-
Reset

নগাঁওঃ নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত আয়োজিত ব’হাগী উৎসৱত বিহু দলসমূহে প্ৰদৰ্শন কৰা সময় আৰু দায়িত্বজ্ঞানহীনতাক লৈ নগঞা সংস্কৃতিপ্ৰেমী ৰাইজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ বিপৰীতে সচেতন লোকসকলক ক্ষোভিত কৰি তুলিছে ৷ প্ৰাপ্ত খবৰ মতে, ব’হাগ মাহৰ বিগত দিনকেইটাত জিলাখনৰ ভিন্ন প্ৰান্তত পৃথকে পৃথকে অনুষ্ঠিত হোৱা ব’হাগী উৎসৱত নানা কাৰ্যসূচীৰ লগতে ব’হাগী উৎসৱৰ লগত সংগতি ৰাখি উদযাপন সমিতিবোৰে সন্ধিয়াৰে পৰা আয়োজন কৰিছিল বিহুকুঁৱৰী আৰু বিহুকন্যা প্ৰতিযোগিতা।

সেয়ে বিভিন্ন প্ৰান্তৰ বিহু দলবোৰৰ বিহু নৃত্য উপভোগ কৰিবৰ বাবে দৰ্শকসকলে সন্ধিয়াৰে পৰা বিহুতলীবোৰত ভিৰ কৰে যদিও দলসমূহে কিন্তু আশ্চৰ্যজনকভাৱে নিশা দুই বজালৈকে উপস্থিত নোহোৱাত অভাৱনীয় পৰিস্থিতিৰ উদ্ভৱ হোৱা দেখা যায় ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0