63
নগাঁওঃ নগাঁও চহৰৰ ভূঞাপট্টি এ আৰ বি ৰোডস্থিত স্বেচ্ছাসেৱী সংগঠন নগাঁও মৰ্ডান য়ুথ ক্লাবৰ উদ্যোগত বুধবাৰে এক ৰক্তদান শিবিৰ অনুষ্ঠিত হৈ যায়।
পুৱা ১১ বজাৰপৰা ভূঞাপট্টি কবৰস্থানৰ সমীপত অনুষ্ঠিত এই ৰক্তদান শিবিৰত প্ৰায় অৰ্ধ শতাধিক লোকে ৰক্তদান কৰে।