Home ৰাজ্যনগাঁও আৰক্ষীৰ সাফল্য, দুৰ্ধৰ্ষ ডকাইত জুৱেল ইছলামক আটক

নগাঁও আৰক্ষীৰ সাফল্য, দুৰ্ধৰ্ষ ডকাইত জুৱেল ইছলামক আটক

by News Desk
60 views
A+A-
Reset

নগাঁওঃ নগাঁও জিলাৰ বৰঘাটৰ বাইপাছত যোৱা ১০ ফেব্ৰুৱাৰীত সংঘটিত হৈছিল এক লোমহৰ্ষক ডকাইতি ঘটনা। হোজাইৰপৰা বিয়াৰ সামগ্ৰী দি গোলাঘাট অভিমুখে গৈ থকা বলেৰ’ পিক আপ ভান এখনক বৰঘাটৰ বাইপাছত এখন চুইফট ডিজায়াৰ গাড়ীত অহা এটা ডকাইতৰ দলে গুলী বর্ষণ কৰি বহু সা-সামগ্ৰীৰ লগতে লুটি নিছিল নগদ ধন৷ 

আনকি ডকাইতৰ গুলীত নিহত হৈছিল কেশৱ ৰাণা নামৰ এজন যুৱক। এক গোপন সূত্ৰৰ পম খেদি নগাঁৱৰ উপ-আৰক্ষী অধীক্ষক জন দাস আৰু বৰঘাট আৰক্ষী চকীৰ উপ-পৰিদৰ্শক পংকজ প্ৰতিম মহন্তৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে সোমবাৰে নিশা চামগুৰিৰ খাটোৱালৰপৰা উক্ত ডকাইতি কাণ্ডৰ লগত জড়িত জুয়েল ইছলাম নামৰ দুৰ্ধৰ্ষ ডকাইতটোক আটক কৰিবলৈ সক্ষম হয়। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0