Home ৰাজ্যনগাঁৱৰ পশ্চিমাঞ্চলত বাঁহৰ খুঁটাৰে বিদ্যুৎ যোগান, উন্মুক্ত টেন্সফৰ্মাৰ

নগাঁৱৰ পশ্চিমাঞ্চলত বাঁহৰ খুঁটাৰে বিদ্যুৎ যোগান, উন্মুক্ত টেন্সফৰ্মাৰ

by News Desk
A+A-
Reset
el

জয়ন্ত মুদৈ, নগাঁওঃ ৰাজ্য চৰকাৰে গ্ৰামাঞ্চলত বিদ্যুৎ সেৱা সুচল কৰি তোলা বুলি সময়ে সময়ে ঢাক-ঢোল বজাই আহিলেও বিদ্যুৎ বিভাগৰ কেতবোৰ দায়িত্বজ্ঞানহীন কৰ্ম-কাণ্ডই চৰকাৰৰ তেনে ঘোষণাক প্ৰায়েই প্ৰহসনতহে পৰিণত কৰা দেখা যায়৷

ইয়াৰ উদাহৰণ হিচাপে নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ গ্ৰামাঞ্চলবোৰৰ কথাকে ক’ব পাৰি৷ কিয়নো জিলাখনৰ পশ্চিম প্ৰান্তৰ গ্ৰামাঞ্চলবোৰৰ ঠায়ে ঠায়ে বিদ্যুৎ বিভাগে বাঁহৰ খুঁটাৰ ওপৰেদি বিদ্যুৎ তাঁৰ টানি বিপজ্জনকভাৱে ৰাইজক বিজুলী যোগান ধৰি অহাৰ লগতে ঠায়ে ঠায়ে শক্তিশালী টেন্সফৰ্মাৰ ভয়াৱহভাৱে উন্মুক্ত অৱস্থাত থকা দৃশ্যই বিভাগটোৰ দায়িত্বজ্ঞানহীনতাকেই উন্মোচিত কৰিছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0