89
নগাঁওঃ নগাঁও জিলাৰ নিয়োগ বিনিময় কেন্দ্ৰৰ জৰিয়তে বিগত ছটা বিত্তীয় বৰ্ষত মাত্ৰ ৫২ জন পঞ্জীয়নভুক্ত নিবনুৱাইহে নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে।
জানিব পৰা মতে, নগাঁও নিয়োগ বিনিময় কেন্দ্ৰটোত ইতিমধ্যে জিলাখনৰ প্ৰায় নব্বৈ হাজাৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীয়ে নাম পঞ্জীয়ন কৰিছে।