Home ৰাজ্যকাৰ্বি আংলঙৰ খট-খটিত বনৰীয়া হাতীৰ সন্ত্ৰাস, প্ৰাণ ললে নগাঁৱৰ মহিলাৰ

কাৰ্বি আংলঙৰ খট-খটিত বনৰীয়া হাতীৰ সন্ত্ৰাস, প্ৰাণ ললে নগাঁৱৰ মহিলাৰ

by News Desk
A+A-
Reset
Untitled-2 copy

নগাঁওঃ ৰাজ্য চৰকাৰে মানুহৰ জীৱন সম্পত্তি সুৰক্ষা দিয়াৰ নামত ভেঙুচালি কৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷ যোৱা ২৪ ঘন্টাৰ ভিতৰত তিনিচুকীয়া জিলাৰ জাগুনত এগৰাকী ৫০ বছৰীয়া মহিলাৰ লগতে নগাঁও জিলাৰ ধিং থানাৰ অন্তৰ্গত কটহগুৰিৰ আন এগৰাকী মহিলাৰ মৃত্যু হয়৷

চৰকাৰে হাতী-মানুহৰ সংঘাত নিৰ্মূলৰ বাবে তিলমানো গুৰুত্ব আৰোপ নকৰাৰ ফলত প্ৰতিদিনে হাতীৰ আক্ৰমণত মানুহৰ প্ৰাণ গৈছে বুলি অভিযোগ উত্থাপন হৈ আহিছে৷ ৰাজ্যৰ কেইবাখনো জিলাৰ হাজাৰ হাজাৰ লোকৰ হাতীৰ জাকৰ উপদ্ৰৱৰ ফলত নিতৌ নিদ্ৰাহৰণ হৈছে যদিও কাণসাৰ নাই চৰকাৰ খনৰ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কাৰ্বি আংলঙ জিলাৰ খট-খটি আৰক্ষী থানা এলেকাতো বনৰীয়া হাতীয়ে দৰিদ্ৰ শ্ৰমিকৰ ঘৰ ভাঙি গৃহহাৰা কৰাৰ লগতে মানুগত আক্ৰমণ কৰি আহিছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0