Home ৰাজ্যনগাঁও জিলাত অপৰিৱৰ্তিত বান পৰিস্থিতি… বানৰ কবলত মুঠ ৫৯৫ হেক্টৰ কৃষিভূমি

নগাঁও জিলাত অপৰিৱৰ্তিত বান পৰিস্থিতি… বানৰ কবলত মুঠ ৫৯৫ হেক্টৰ কৃষিভূমি

by News Desk
A+A-
Reset
1094ba64-0b41-4f17-b812-386f813bdf99

জয়ন্ত মুদৈ, নগাঁওঃ বিগত কেইবাদিনো ধৰি নেৰানেপেৰাকৈ পৰি থকা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ, কপিলি, বৰাপানীকে ধৰি বিভিন্ন নৈ-উপনৈ ফেনে-ফুটুকাৰে উপচি পৰাত নগাঁও জিলাৰ ঠায়ে ঠায়ে অভাবনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে৷ 

জিলাখনৰ চামগুৰি ৰাজহ চক্ৰৰ ৬ খন, ৰহা ৰাজহ চক্ৰৰ ২১ খন আৰু কামপুৰ ৰাজহ চক্ৰৰ ২০ খন গাঁও বানৰ কবলত পৰিছে৷ বানৰ কবলত পৰা গাঁওসমূহ হৈছে চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত ১নং, ২নং আৰু ৪নং ভূৰবন্ধা আৰু ৪নং,৫নং আৰু ৬নং ভগামুখ৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0