Home ৰাজ্যপথচাৰীৰ গাৰ ওপৰত বাগৰি পৰিল পথৰ দাতিৰ গছ

পথচাৰীৰ গাৰ ওপৰত বাগৰি পৰিল পথৰ দাতিৰ গছ

by News Desk
85 views
A+A-
Reset

নগাঁওঃ নগাঁও জিলাৰ জাজৰি সমীপৰ হাতীচোং কুজিদাঁহৰ কদম পুখুৰী পাৰত বুধবাৰে বিয়লি এক শোকাৱহ ঘটনা সংঘটিত হয়৷ ধুমুহাত গছ বাগৰি পৰাৰ ফলত এজন যুৱক গুৰুত্বৰভাবে আহত হয়৷ আহত যুৱকজন জাজৰিৰ সমীপৰ দলংঘাটৰ শান্তিপুৰ গাঁও নিবাসী প্ৰশান্ত বৰদলৈৰ পুত্ৰ জিতু বৰদলৈ বুলি জানিব পৰা গৈছে৷ 

প্ৰাপ্ত খবৰ মতে, বিয়লি প্ৰায় চাৰে চাৰি বজাত প্ৰচণ্ড বেগত অহা এজাক ধুমুহাৰ কৱলত পৰি হাতীচোঙৰ কদম পুখুৰী পাৰত এজোপা গছ বাগৰি পৰে৷ সেই সময়ত বেবেজীয়া-জাজৰি সংযোগী পথেৰে দলংঘাটৰ নিজ গৃহ অভিমুখে আহি থকা যুৱকজন ধুমুহাত বাগৰি পৰা গছজোপাই হেচা মাৰি ধৰে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0