Home ৰাজ্যনগাঁৱৰ হেমাৰবড়িত ভয়াৱহ অগ্নিকাণ্ড

নগাঁৱৰ হেমাৰবড়িত ভয়াৱহ অগ্নিকাণ্ড

by News Desk
51 views
A+A-
Reset

নগাঁওঃ নগাঁও জিলাৰ জাজৰি থানাৰ এলেকাধীন হেমাৰবড়িত সংঘটিত হোৱা এক ভয়াৱহ অগ্নিকাণ্ডত এটা পৰিয়ালৰ যথেষ্ট ক্ষতি সাধন হয়৷ জানিব পৰা মতে, মঙলবাৰে পুৱা প্ৰায় চাৰে পাঁচ বজাত হেমাৰবড়ি নিবাসী চন্দ্ৰমাই ডেকা নামৰ মহিলাগৰাকীৰ ঘৰৰ সন্মুখত থকা এটা খেৰৰ মেজিত জুই লাগে৷ 

নিমিষতে জুইৰ লেলিহান শিখাই সমগ্ৰ মেজিটো আগুৰি ধৰি গ্ৰাস কৰি পেলাৱাত সমগ্ৰ অঞ্চলটোতে হুৱা-দুৱা লাগে আৰু এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়৷ ঘটনাৰ খবৰ পাই লগে লগে জাজৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অগ্নি নিৰ্বাপক বাহিনী আৰু স্থানীয় ৰাইজৰ সহযোগত বহু চেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0