Home ৰাজ্যহিন্দু-মুছলমানে নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবীত উলিয়ালে জোঁৰ সমদল

হিন্দু-মুছলমানে নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবীত উলিয়ালে জোঁৰ সমদল

by News Desk
A+A-
Reset
40cb3d5e-fddd-4d36-8630-596074cc0c59

নগাঁওঃ নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ হাতীযুঁজোৱাত সোমবাৰে হিন্দু-মুছলমান উভয় ধৰ্মৰ লোকে সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰি জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ ৰ বাতিলৰ দাবীত ৰাজপথত উলিয়ালে বিশাল জোঁৰ সমদল। 

কৃষক মুক্তি সংগ্রাম সমিতি, অনুসূচিত জাতি সংগ্রামী যুৱ পৰিষদ, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদকে ধৰি কেইবাটাও সংগঠনে স্থানীয় ৰাইজৰ সহযোগত জোঁৰ সমদলৰ লগতে পথ অবৰোধ কৰি সাব্যস্ত কৰে প্ৰতিবাদ। ফলত বহু সময়ৰ বাবে স্তব্ধ হৈ পৰে নগাঁও-বটদ্ৰৱাৰ-ধিং সংযোগী অতি ব্যস্ততাপূৰ্ণ পথটো। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0