নগাঁও-কাছাৰ কাগজ কল পুনৰুজ্জীৱিত কৰাৰ বাবে নাগৰিক সভাৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ

Home ৰাজ্যনগাঁও-কাছাৰ কাগজ কল পুনৰুজ্জীৱিত কৰাৰ বাবে নাগৰিক সভাৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ

নগাঁও-কাছাৰ কাগজ কল পুনৰুজ্জীৱিত কৰাৰ বাবে নাগৰিক সভাৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ

by News Desk
151 views
A+A-
Reset

গুৱাহাটীঃ গুৱাহাটীৰ প্ৰেছ ক্লাবত নগাঁও আৰু কাছৰ কাগজ কল পুনৰুজ্জীৱিত কৰাৰ বাবে আয়োজন কৰা নাগৰিক সভাত উপস্থিত থাকি আলফা নেতা অনুপ চেতিয়াই ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু উদ্যোগমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক ব্যক্তিগতভাৱে উদ্যোগ গ্ৰহণ কৰি কাগজ কল দুটা পুনৰুজ্জীৱিত কৰি তুলিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনাবলৈ আহ্বান জনায়। 

“নগাঁও আৰু কাছাৰ কাগজ কল পুনৰুজ্জীৱিত কৰি অসম চৰকাৰে প্ৰমাণ কৰক তেওঁলোকৰ প্ৰয়োজনীয়তা কথা” এই প্ৰত্যাহ্বান আলোচনা পন্থী আলফা নেতা অনুপ চেতিয়া। যিদৰে ভাৰতৰ অন্যান্য ৰাজ্যৰ বহু মৃতপ্ৰায় ৰাজহুৱা উদ্যোগ সেই ৰাজ্য সমূহৰ মুখ্যমন্ত্ৰী আৰু উদ্যোগমন্ত্ৰীয়ে নিজাকৈ উদ্যোগ গ্ৰহণ কৰি পুনৰুজ্জীৱিত কৰি তুলিছে। সেই একে নীতি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু উদ্যোগমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে গ্ৰহণ কৰিব লাগে বুলি আহ্বান জনায়। লগতে অসমৰ ৰাইজক আহ্বান জনায় তেওঁ কয় নগাঁও আৰু কাছাৰ কাগজ কল কেৱল তাত কাম কৰা কৰ্মচাৰী সকলৰে নহয়। অসমৰ জাতীয় জীৱনৰ এটা প্ৰতিষ্ঠান আৰু জাতীয় সম্পদ। গতিকে এই দুটা প্ৰতিষ্ঠান যদি অৰ্থনৈতিকভাৱে ধ্বংস হৈ যায় তেন্তে আমাৰ বহু ক্ষেত্ৰত কৰ্মচাৰী আৰু ইয়াৰ লগত জড়িত ব্যৱসায়ী সকল বঞ্চিত হ’ব। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0