Home ৰাজ্যভূমি বেদখলকাৰীৰ প্ৰৰোচনাত পৰি যুৱ শ্ৰমিকৰ অকাল মৃত্যু

ভূমি বেদখলকাৰীৰ প্ৰৰোচনাত পৰি যুৱ শ্ৰমিকৰ অকাল মৃত্যু

by News Desk
A+A-
Reset
57ea3c8d-f2fc-4bc7-99bf-490d71df8b0c

নগাঁওঃ নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ বটদ্ৰৱাৰ সমীপৰ আহোমগাঁও আৰক্ষী চকীৰ এলেকাধীন কটহগুৰিত ভূমি বেদখলকাৰীৰ প্ৰৰোচনাত পৰি এগৰাকী যুৱ শ্ৰমিকৰ অকাল মৃত্যু হোৱা ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। 

জানিব পৰা মতে, টুকটুকী অঞ্চলৰ নেকবৰ আলী, মনিৰ উদ্দিন, আলী আকবৰ আৰু শিলপুখুৰীৰ আব্দুল ৰহিম নামৰ চাৰিজন লোকে দীৰ্ঘদিন ধৰি কটহগুৰি সমবায় সমিতিৰ চৰকাৰী ভূমি অবৈধভাৱে দখল কৰি উক্ত ঠাইত গৃহ নিৰ্মাণ কৰিবলৈ প্ৰস্তুতি চলাই আহিছিল। যোৱা নিশা আন্ধাৰৰ সুযোগ লৈ বেদখলকাৰী লোককেইজনে চমকা গাঁৱৰ জিয়াৰুল হক নামৰ এজন শ্ৰমিকক জোৰ জবৰদস্তি কৰি উক্ত সমবায়ৰ সন্মুখত থকা বেদখলকৃত ভূমিত এটি দোকান ঘৰ নিৰ্মাণৰ কামত নিয়োজিত কৰে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0