57
জাজৰিঃ নগাঁও জিলাৰ হাতীচোং মৌজাৰ অন্তৰ্গত কুজিদাহ নিবাসী জ্যেষ্ঠ নাগৰিক একাদশ বৰাৰ নিজ বাসভৱনত মৃত্যু হয়।
১০৭ বছৰত অঞ্চলটোৰ লোকগৰাকীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে কুজিদাহস্থিত বাসগৃহ অগণন গুনমুগ্ধৰে ভিৰ পৰে।