Home ৰাজ্যউত্তৰ-পূব শিশু গ্ৰন্থমেলাত সুধাকন্ঠক স্মৰণ

উত্তৰ-পূব শিশু গ্ৰন্থমেলাত সুধাকন্ঠক স্মৰণ

by News Desk
A+A-
Reset
লললল

নগাঁওঃ নগাঁও চহৰৰ ঐতিহ্যমণ্ডিত কলঙৰ বাকৰি নেহেৰুৱালিৰ প্ৰদীপ শইকীয়া ক্ষেত্ৰত যোৱা ৩১ অক্টোবৰৰপৰা চলি থকা উত্তৰ পূব শিশু গ্ৰন্থমেলাৰ আজি ষষ্ঠ দিনাও গ্ৰন্থপ্ৰেমীৰ উৎসাহজনক সহাঁৰি পৰিলক্ষিত হয়। গ্ৰন্থমেলাৰ বিপনীসমূহত গ্ৰন্থপ্ৰেমীসকলে নিজৰ নিজৰ পচন্দৰ কিতাপ বিচাৰি পুৱাৰেপৰা ভিৰ কৰাৰ সমান্তৰালকৈ গ্ৰন্থমেলাৰ বিভিন্ন কাৰ্যসূচীতো অংশগ্ৰহণ কৰে। 

আজি পুৱা ১০ বজাৰপৰা গ্ৰন্থমেলাত চি ভি ৰমণ কনিষ্ঠ মহাবিদ্যালয়ৰ উদ্যোগত ’ভূপেন হাজৰিকাৰ গীত আৰু সুৰ’ শীৰ্ষক আলোচনা-চক্ৰ অনুষ্ঠিত হয়। হেমকান্ত হাজৰিকাৰ সঞ্চালনাত অনুষ্ঠিত এই আলোচনা-চক্ৰখনিত সাহিত্যিক ৰতিমোহন নাথ, বসন্তকৌশিক ভাগৱতী বক্তা হিচাপে অংশগ্ৰহণ কৰি সুধাকণ্ঠ ভূপেন হাজৰিকাৰ গীত আৰু কবিতাৰ আলোকপাত কৰে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0