newsnextone.com | নগাঁওঃ শুকুৰবাৰে ৰাজ্যৰ এটা সংখ্যালঘু এলেকাত ৰাইজে ব্যাপক আনন্দ উলাহ কৰা পৰিলক্ষিত হৈছিল৷ পাৰ ভঙা উছাহত উটি ভাহি গৈছিল সকলো লোক৷
যেন যুদ্ধ কৰিহে বিজয় উৎসৱ পালন কৰিছে৷ সকলোৰে মুখত হাঁহি৷ এক গৌৰৱৰ ক্ষণক উৎসৱ হিচাপে পালন কৰিব খুজিছে সকলোৱে৷ এনে দৃশ্য দেখা গৈছিল নগাঁও জিলাৰ সংখ্যালঘু অধ্যাুষিত বেছামাৰী অঞ্চলত৷ সততে নগাঁৱৰ সংখ্যা লঘু এলেকাত একাংশ লোকে অন্য দৃষ্টিৰে চাই আহিছে যদিও শুকুৰবাৰে নগাঁৱৰ বেছামাৰী নামৰ সংখ্যালঘু এলেকাই প্ৰমাণ কৰে নগাঁৱৰ সংখ্যালঘু এলেকাই পৰিৱৰ্তন বিচাৰে৷