72
বটদ্ৰৱাঃ জাজৰী আৰক্ষী থানাৰ অন্তৰ্গত নগাঁও-ধিং-মৈৰাবাৰী সংযোগী অতি ব্যস্ত গড়কপ্তানী পথচোৱাত সংঘটিত হয় এক পথ দূৰ্ঘটনা৷ এই ঘটনাত এজন যুৱক নিহত হোৱাৰ লগতে এজন গুৰুতৰ ভাৱে আহত হোৱা বুলি জানিব পৰা যায়৷
