Home ৰাজ্যধূপগুৰি নৱজাগৰণ জাতীয় বিদ্যালয়ৰ বাৰ্ষিক ক্ৰীড়া সমাৰোহ

ধূপগুৰি নৱজাগৰণ জাতীয় বিদ্যালয়ৰ বাৰ্ষিক ক্ৰীড়া সমাৰোহ

by News Desk
73 views
A+A-
Reset

নগাঁওঃ নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ ব্যক্তিগত খণ্ডৰ অগ্ৰণী শিক্ষানুষ্ঠান ধূপগুৰি নৱজাগৰণ জাতীয় বিদ্যালয়ৰ বাৰ্ষিক ক্ৰীড়া সমাৰোহখন ব্যাপক উৎসাহ-উদ্দীপনাৰ মাজেৰে সোমবাৰৰপৰা আৰম্ভ হৈছে। তদুপলক্ষে বিদ্যালয় চৌহদত পুৱাৰে পৰা ছাত্ৰ-ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱক-অভিভাৱকাসকলৰ উপস্থিতিৰে একপ্ৰকাৰে উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। 

পুৱা ৯ বজাত পতাকা উত্তোলনেৰে ক্ৰীড়া সমাৰোহখনৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে বিদ্যালয়ৰ অধ্যক্ষ এস্তাদুল হকে। ইয়াৰ পিছতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। উপাধ্যক্ষ নুৰুল আমিন কবিৰে শুভ উদ্বোধন কৰা শোভাযাত্ৰাটি জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিৰূপ আৰু বিহু নৃত্যৰ লগতে, বড়ো, কাৰ্বি, তিৱা, মিচিং, নেপালী, বেংগলী আদি জনগোষ্টীৰ বিভিন্ন সাংস্কৃতিক উপাদানেৰে বৰ্ণিল ৰূপত সজাই লৈ পাঁচ শতাধিক ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহনেৰে ধূপগুৰি আৰু ভেৰভেৰি অঞ্চল পদব্ৰজে পৰিভ্ৰমণ কৰোৱা হয়। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0