46
নগাঁওঃ নগাঁও জিলাৰ কাছমাৰী মৌজাৰ পলাশতলত ১৯৬৭ চনতে স্থাপিত পলাশতল কাছমাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ তিনিদিনীয়া সোণালী জয়ন্তী সমাৰোহৰ শনিবাৰে সামৰণি পৰে ৷
অন্তিমদিনা পুৱা ছাত্ৰ -ছাত্ৰীৰ মাজত মুকলি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ মৃগাংক বৰা, অবিনাশ বৰা আৰু পূজা দেৱীয়ে পৰিচালনা কৰা কুইজ প্ৰতিযোগিতাখনিত বহু কেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে৷