46
জয়ন্ত মুদৈ, নগাঁওঃ নগাঁৱত চলি থকা বিজেপিৰ বিছ বছৰীয়া শাসনক ওফৰালে কংগ্ৰেছে৷
নগঞা প্ৰাৰ্থী নোহোৱা সত্ত্বেও নগাঁও সংসদীয় সমষ্টি দখল কৰিলে কংগ্ৰেছে৷ তুমুল প্ৰতিদ্বন্দ্বিতাৰ অন্তত অৱশেষত শেষ হাঁহি মাৰিলে কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে।