Home ৰাজ্যইউনিফৰ্ম বিতৰ্কঃ কলেজ অধ্যক্ষক ফেচবুকত অপমান জনপ্ৰতিনিধিৰ

ইউনিফৰ্ম বিতৰ্কঃ কলেজ অধ্যক্ষক ফেচবুকত অপমান জনপ্ৰতিনিধিৰ

by News Desk
56 views
A+A-
Reset

ডিজিটেল ডেস্ক, নগাঁওঃ নগাঁৱৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ (এ ডি পি কলেজ) অধ্যক্ষ ডঃ সুৰজিৎ কুমাৰ ভাগৱতীক উদ্দেশ্যি ধিং সমষ্টিৰ এ আই ইউ ডি এফ দলৰ বিধায়ক আমিনুল ইছলামে ফেচবুকত কৰা কেতবোৰ অসন্মানজনক, বিতৰ্কিত মন্তব্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। 

বুধবাৰে বিয়লি ১.৫৫ বজাত ধিং সমষ্টিৰ এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে ফেচবুকৰ নিজৰ একাউন্টত এক প’ষ্টযোগে মহাবিদ্যালয়খনৰ ইউনিৰ্ফম প্ৰসংগত অধ্যক্ষৰ নিৰ্দেশনাৰ সন্দৰ্ভত তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰি অধ্যক্ষ জনৰ বিৰুদ্ধে কেতবোৰ সন্মান হানিকৰ, আপত্তিজনক মন্তব্য প্ৰকাশ কৰিছিল। তেওঁ কলেজখনৰ একাংশ ছাত্ৰীয়ে হিজাব আৰু নেকাব পৰিধান কৰি অহা কাৰ্যৰো সমৰ্থন কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0