Home ৰাজ্যগৰুৰ নাই সুৰক্ষা, গৰু বিহুৰ এদিন পূৰ্বে পশু চিকিৎসা সেৱাৰ উন্নত কৰাৰ দাবীত ৰাইদঙীয়াত প্ৰতিবাদ

গৰুৰ নাই সুৰক্ষা, গৰু বিহুৰ এদিন পূৰ্বে পশু চিকিৎসা সেৱাৰ উন্নত কৰাৰ দাবীত ৰাইদঙীয়াত প্ৰতিবাদ

by News Desk
61 views
A+A-
Reset

নগাঁওঃ ৰঙালী বিহুলৈ উজনি-নামনিত বাপতি সাহোন ৰঙালী বিহুক আদৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলাই থকাৰ সময়তে নগাঁও জিলাৰ ৰাইদঙীয়াত ৰাইজ ওলাই আহিল প্ৰতিবাদ কৰিবলৈ৷ ৰাইজে পশু চিকিৎসা সেৱা উন্নীতকৰণৰ দাবীত প্ৰতিবাদ কৰিবলৈ ওলাই আহে৷ হিয়াৰ আমঠু ৰঙালী বিহুলৈ মাত্ৰ এটা দিন থকা অৱস্থাত গঞাই বিহুৰ প্ৰস্তুতি কৰিবলৈ এৰি পশুধনৰ সুৰক্ষাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহে৷

প্ৰতিবছৰে ৰঙালী ব’হাগ বিহু পালন কৰোতে প্ৰথমেই গো-সম্পদৰ প্ৰতি শ্ৰদ্ধা জনাই ৰাইজে বেছ ওলহ-মালহেৰে গৰু বিহু পালন কৰে৷ সেয়ে এইবাৰ বিহুৰ প্ৰাকক্ষণত ৰাইজে পশু চিকিৎসা সেৱাৰ উন্নত কৰাৰ দাবী জনাবলৈ ঘৰৰ পৰা ওলাই অহা কাৰ্যই উদঙাই দিছে পশু চিকিৎসা সেৱাৰ নগ্ন ছবিখন৷ উল্লেখ্য, অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ, অসমৰ নগাঁও জিলা সমিতিৰ উদ্যোগত প্ৰতিবাদী সাব্যস্ত কৰে গঞাই৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0