Home ৰাজ্যনগাঁৱত নেৰানেপেৰা বৰষুণে উদঙাইছে গ্ৰামোন্নয়ণৰ ফোপোলা স্বৰূপ… বোকাময় হৈ পৰিছে গ্ৰামাঞ্চলৰ বাট-পথ

নগাঁৱত নেৰানেপেৰা বৰষুণে উদঙাইছে গ্ৰামোন্নয়ণৰ ফোপোলা স্বৰূপ… বোকাময় হৈ পৰিছে গ্ৰামাঞ্চলৰ বাট-পথ

by News Desk
A+A-
Reset
nb2

জয়ন্ত মুদৈ, নগাঁওঃ বিগত তিনিদিন ধৰি দি থকা নেৰানেপেৰা বৰষুণে নগাঁও জিলাৰ গ্ৰামাঞ্চলত অনাহুত পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ দিনটোত ক্ষণিকৰ বাবেও সূৰ্যই ভূমুকি নামাৰি কেৱল বতৰ গোমা হৈ থকাৰ বিপৰীতে দিনে-নিশাই কিছু সময়ৰ অন্তৰে অন্তৰে বৰষুণেই পৰি থকাত জিলাখনৰ গ্ৰামাঞ্চলৰ প্ৰায়বোৰ বাট-পথেই বোকাময় হৈ পৰাত গঞাৰাইজ ভীষণ সমস্যাৰ সন্মুখীন হৈছে৷

আনকি জিলাখনৰ বহু ভিতৰুৱা গ্ৰামাঞ্চলৰ ৰাস্তা-পদূলি ইমানেই কদৰ্যময় হৈ পৰিছে যে এইবোৰেৰে বিগত দিনকেইটাত একপ্ৰকাৰে যাতায়াত ব্যাহত হৈ পৰিছে৷ উল্লেখ্য, পাৰ হৈ যোৱা বছৰবোৰত জিলাখনৰ সকলোবোৰ বাট-পথেই গ্ৰামোন্নয়ণ বিভাগৰদ্বাৰা এনৰেগা আৰু এমজি এনৰেগা আচঁনিৰ অধীনত লাখ লাখ টকা ব্যয় কৰি মেৰামতি কিম্বা নতুনকৈ নিৰ্মাণ কৰি তোলা হৈছিল৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0