Home ৰাজ্যনগাঁৱৰ কদমনিত পিষ্টলসহ দুৰ্ধৰ্ষ অপৰাধী আটক

নগাঁৱৰ কদমনিত পিষ্টলসহ দুৰ্ধৰ্ষ অপৰাধী আটক

by News Desk
62 views
A+A-
Reset

নগাঁওঃ নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত কদমনিত দেওবাৰে নিশা দৌলযাত্ৰা মহোৎসৱৰ শেষৰ নিশা মাৰনাস্ত্ৰসহ এজন যুৱক আটক হোৱা ঘটনাই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। 

জানিব পৰা মতে যোৱা নিশা প্ৰায় ৮ বজাত নগাঁও-বটদ্ৰৱা-ধিং সংযোগী গড়কাপ্তানী পথৰ কদমনিত বটদ্ৰৱা থানাৰ আৰক্ষীয়ে নিয়মীয়াকৈ তালাচী চলাই থকাৰ সময়তে এ এছ-২১-ই ৩১১৩ নম্বৰৰ এখন পালচাৰ বাইকত অহা এজন যুৱকজনে আৰক্ষীক দেখা মাত্ৰকেই পলাবলৈ চেষ্টা কৰে। লগে লগে আৰক্ষীয়ে পলাবলৈ চেষ্টা কৰা যুৱক জনক পিছে পিছে খেদি গৈ কিছু নিলগত কৰায়ত্ত কৰিবলৈ সক্ষম হয়। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0