88
পুৰণিগুদাম/বঢ়মপুৰঃ নগাওঁ জিলাৰ টাউন ইটাচালি আৰক্ষী চকীৰ অন্তৰ্গত নৰ্ত্তম গাঁৱত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক পথ দুৰ্ঘটনা৷
নগাঁও টাউনৰ পৰা চামগুৰি অভিমুখে আহি থকা এ-এছ-০২এ-৮৯৩৩ নম্বৰৰ মেক্সিমো গাড়ীখনত এখন অচিনাক্ত চুইফট ডিজায়াৰ গাড়ীয়ে খুন্দা মৰাত মেক্সিম খন ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে বাগৰি পৰে৷