newsnextone.com।নগাঁওঃ নগাঁও কলেজৰ সমীপত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা৷ তীব্ৰ বেগী ট্ৰাকে মহতিয়াই নিলে চাইকেল আৰোহীক৷ থিতাতে নিহত চাইকেল আৰোহী৷ নিহত লোকজনক বৰ্তমানলৈকে চিনাক্ত কৰিব পৰা হোৱা নাই৷ যান-বাহন আৰক্ষীয়ে খেদি খেদি গৈ জব্দ কৰে ঘাতকৰূপী ট্ৰাকখন৷ ট্ৰাকখনৰ নম্বৰ এএছ-০২-বি ৯০০৭৷