79
নগাঁওঃ অসম সাহিত্য সভাৰ বিশেষ দশম বাৰ্ষিক অধিৱেশন উপলক্ষে সাহিত্য অকাডেমিৰ সৌজন্যত ভৱানন্দ দত্ত সোঁৱৰণি “অসমীয়া ভাষা সাহিত্যৰ সাম্প্ৰতিক অৱস্থা আৰু ভৱিষ্যত উন্নয়নৰ পথ” শীৰ্ষক আলোচনা সত্ৰখনিয়ে দৰ্শক-শ্ৰোতাক আকৰ্ষণ কৰাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে৷
