60
চামগুৰিঃ নগাঁও জিলাৰ পুৰণিগুদামৰ একমাত্ৰ উচ্চশিক্ষাৰ অনুষ্ঠান ড: বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ত শুকুৰবাৰৰপৰা আৰম্ভ হৈছে মহাবিদ্যালয় সপ্তাহ সমাৰোহ।
সপ্তাহ সমাৰোহৰ মুখ্য কাৰ্যসূচী সাংস্কৃতিক শোভাযাত্ৰাই পুৰণি গুদামৰ আকাশ-বতাহ মুখৰিত কৰি তোলে।