64
নগাঁওঃ নগাওঁ জিলাৰ পশ্চিম প্ৰান্তৰ বৃহত্তৰ আলিটাঙনি অঞ্চলত পোন প্ৰথমবাৰৰ বাবে স্থাপিত হ’ল ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠান৷
স্থানীয় কেইবাজনো শিক্ষিত নাগৰিকৰ ঐকান্তিক প্ৰচেষ্টাত মাৰ্কাজ একাডেমী ইংলিছ স্কুল নামেৰে স্থাপিত এই শিক্ষানুষ্ঠানখনি বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হয়৷