Home ৰাজ্যনগাঁৱত অব্যাহত চিলনী চোৰৰ সন্ত্ৰাস

নগাঁৱত অব্যাহত চিলনী চোৰৰ সন্ত্ৰাস

by News Desk
94 views
A+A-
Reset

নগাঁওঃ নগাঁও আৰক্ষী প্ৰশাসনৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি চিলনী চোৰে বৃহস্পতিবাৰে পুনৰ এজন লোকৰপৰা বুজন পৰিমাণৰ ধন কাঢ়ি নিয়া ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আজি দুপৰীয়া নগাঁও চহৰৰ ব্যস্ত অঞ্চল চিভিল গেটৰ ওচৰত স্বাস্থ্য বিভাগৰ এজন কৰ্মচাৰীৰপৰা চিলনী চোৰৰ দলে ৫০ হাজাৰ টকা লুট কৰি উধাও হয়। 

জানিব পৰা মতে, নগাঁও স্বাস্থ্য বিভাগৰ কৰ্মচাৰী বীৰেন শইকীয়াই ষ্টেট বেংকৰ নগাঁও শাখাৰপৰা নিজৰ দৰমহাৰ এই ধনৰাশি উলিয়াই পাথৰী গায়ন গাৱঁৰ নিজ বাসগৃহ অভিমুখে গৈ থকা অৱস্থাত নম্বৰপ্লেট বিহীন মটৰচাইকেলত অহা দুজনীয়া চিলনী চোৰৰ দলে কাঢ়ি লৈ যায় ধনখিনি। ঘটনা সন্দৰ্ভত দুৰ্ভগীয়া লোকজনে নগাঁও সদৰ থানাত এজাহাৰ দাখিল কৰিছে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0