56
নগাঁওঃ নগাঁও চহৰৰ মাজ মজিয়াত চোৰে লুটিলে নগদ ধনসহ আ-অলংকাৰ৷ নগাঁও জিলাৰ বিভিন্ন ঠাইত আৰক্ষীৰ দুৰ্বলতাৰ পূৰ্ণ সুযোগ গ্ৰহন কৰি বিগত কেইমাহ মানৰ ভিতৰত বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ৷
এইবাৰ অনুৰূপ ঘটনা সংঘটিত হ’ল খোদ নগাঁও চহৰৰ মাজ-মজিয়াত৷ জানিব পৰা মতে আজি চহৰখনৰ আমোলাপট্টিৰ অভিজিৎ শৰ্মা নামৰ লোকজনৰ ঘৰত চোৰে চলালে চাফাই অভিযান৷