Home ৰাজ্যঅসম আৰক্ষীতকৈ স্মাৰ্ট নগাঁৱৰ বেবেজীয়াৰ চোৰ

অসম আৰক্ষীতকৈ স্মাৰ্ট নগাঁৱৰ বেবেজীয়াৰ চোৰ

by News Desk
50 views
A+A-
Reset

নগাঁওঃ সৰিয়হৰ ডুলিতেই ভূত বুলি কোৱা কথাষাৰ মনত আছে নহয় আপোনালোকৰ৷ এই কথাষাৰকে প্ৰমাণ কৰিলে নগাঁৱৰ চোৰে৷ কথাষাৰৰ সততে আৰক্ষীৰ ক্ষেত্ৰত ব্যৱহাৰ হয়৷ যাৰ বাবে এইবাৰো আৰক্ষীৰ ক্ষেত্ৰতে ব্যৱহাৰ হ’ল৷ কিয়নো আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই আৰক্ষী থানাৰ সন্মুখতে থকা এখন দোকান চুৰি কৰি চোৰে হে প্ৰমাণ কৰিলে আচলতে সৰিয়হৰ ডুলিতেই ভূত লুকাই থাকে৷

আৰক্ষীৰ হৈ এই কথা যেন চোৰে হে প্ৰমাণ কৰিলে৷ নগাঁও জিলাৰ বেবেজীয়া আৰক্ষী চকীৰ সন্মুখতেই চোৰৰ চাফাই অভিযান চলাই মঙলবাৰে নিশা৷ বেবেজীয়া চাৰিআলিৰ থানাৰ সন্মুখতে থকা এছ বি ট্ৰেডাৰ্চ নামৰ পাইকাৰী ব্যৱসায়ীক প্ৰতিষ্ঠানখনত চোৰৰ লুটপাট চলাই৷ ব্যৱসায়ীক প্ৰতিষ্ঠানখনৰ ছিলিং ভাগি চোৰে ভিতৰত প্ৰবেশ কৰি লুটি নিলে নগদ ৪৫ হাজাৰ টকা৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0