44
নগাঁওঃ নগাঁও পুৰণিগুদামত নিশা ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হয়। দ্ৰুতবেগী ট্ৰাকৰ মুখামুখীত হোৱা যাত্ৰীবাহী নৈশবাছ আৰু আন এখন ট্ৰাকৰ সৈতে সংঘৰ্ষ হোৱাত বহু সময় ধৰি ধ্বংসস্তুপত আবদ্ধ হৈ থাকিল দুয়োখন ট্ৰাকৰে দুজনকৈ চালক।
স্থানীয় ৰাইজৰ তৎপৰতাত আৰক্ষীয়ে দুইজন চালকক উদ্ধাৰ কৰে যদিও এজন থিতাতে নিহত, আনজনক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়৷