59
নগাঁওঃ নগাঁও জিলাৰ হাতীচোং মৌজাৰ অন্তৰ্গত এফলিয়াবৰি নিবাসী বিশিষ্ট সমাজকৰ্মী তথা ধৰ্মপৰায়ন মহিলা ৰেণুপ্ৰভা মহন্তৰ বুধবাৰে এফলিয়াবৰিস্থিত নিজা বাসভৱনত পৰলোক প্ৰাপ্তি ঘটে।
প্ৰয়াত ৰেণুপ্ৰভা মহন্ত চৰিপোতা সত্ৰৰ প্ৰয়াত ডেকা সত্ৰাধিকাৰ শুকদেৱ মহন্তৰ পত্নী।