Home ৰাজ্যনগাঁৱৰ চিত্ৰশিল্পী ৰাজীৱ দাসলৈ চিত্রকৃৎ বঁটা প্ৰদান

নগাঁৱৰ চিত্ৰশিল্পী ৰাজীৱ দাসলৈ চিত্রকৃৎ বঁটা প্ৰদান

by News Desk
59 views
A+A-
Reset

newsnextone.com।নগাঁওঃ ত্ৰিপুৰাৰ এক আগশাৰীৰ সামাজিক তথা সাংস্কৃতিক অনুষ্ঠান সংগীত নৃত্য ছচাইটিয়ে  আগৰতলাত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত নগাঁৱৰ চিত্ৰশিল্পী ৰাজীৱ দাসক  “চিত্ৰকৃৎ ব‌টা ” প্ৰদান কৰে ।এই বঁটাত আছে মানপত্র,উত্তৰীয়,ফুলৰ থোপা আদি বিভিন্ন উপহাৰ ।
বাংলাদেশৰ বিশিষ্ঠ  সমাজসেৱী ডঃ উষ্মে আছমা খাতুন,ত্ৰিপুৰা চৰকাৰৰ মূখ্য সচেতন কল্যানী ৰয়,দীপক মজুমদাৰ, বিশিষ্ঠ সংগীত শিল্পী শিবানী গোস্বামী কে প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকল উপস্থিতিত দাসক এই সন্মান প্ৰদান কৰা
হয় ।
উল্লেখযোগ্য যে “চিত্ৰকৃৎ বঁটা প্ৰাপক ৰাজীৱ দাস নগাঁও চহৰৰ অগ্ৰণী চিত্ৰ -ভাস্কৰ্য অনুষ্ঠান আনুপূৰ্বিক চিত্ৰ ভাস্কৰ্য বিদ্যালয়ৰ অধ্যক্ষ হিচাপে কৰ্মৰত আৰু তেওঁ দীৰ্ঘদিন ধৰি চিত্ৰকলাৰ লগত জড়িত হৈ আছে। নগাঁও চহৰৰ পানীগাঁও কালিবাৰী নেতাজী ৰোড নিৱাসী দাসৰ এনে কতৃৰ্ত্বই জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে । স্মৰ্তব্য যে ইয়াৰ পূৰ্বেও ৰাজীৱ দাসে নন্দশ্ৰী বটা, ডঃ বি আৰ আম্বেদকাৰ বটা, ভাৰত চৰকাৰৰ যুৱ বটা, ৰাষ্ট্ৰীয় শিখৰ  বঁটা  আদিকে ধৰি ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন সন্মান  লাভ কৰিবলৈ সক্ষম হৈছিল।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0