63
নগৰবেৰাঃ ক’ত আছে সংখ্যালঘু দৰদী মন্ত্ৰী-বিধায়ক। নিৰ্বাচনৰ সময়ত নিজকে সংখ্যালঘু দৰদী বুলি জাহিৰ কৰা নেতা সকলে নিৰ্বাচন পাৰ হলে ঘুৰি চাবলৈ আহৰি নাপায় ৰাইজক। ৰাইজৰ সমস্যাক গুৰুত্ব দিবলৈ সময় নাই তেওঁলোকৰ।
দিছপুৰ পোৱাৰ পিছত বিলাসী গাড়ী, আৱাস লাভ কৰি তেওলোকে পাহৰি যায় সমষ্টিৰ গাঁও কেই খনৰ কথা। তাৰ মাজতে বকো বিধান সভা সমষ্টিৰ এখন দৰঙৰ বাবে হাহাকাৰ কৰে হাজাৰ হাজৰ লোকে। দলং নহয় যেন মৰণফান্দ হে৷