69
নগৰবেৰাঃ ডায়েৰিয়া ৰোগে মহামাৰীৰ ৰূপ ধাৰণ কৰিছে কামৰূপ জিলাৰ নগৰবেৰা অঞ্চলত৷ বৰষুণ দিবলৈ আৰম্ভ কৰাৰ পিছতে কামৰূপ জিলাৰ নগৰবেৰা অঞ্চলত ভয়াৱহ ৰূপ ধাৰণ কৰিছে ডায়েৰিয়া সদৃশ ৰোগে। জিলা স্বাস্থ্য বিভাগে হাত সাৱটি বহি থকাৰ ফলতে এই ৰোগ নিয়ন্ত্ৰণত চূড়ান্ত ব্যৰ্থ হৈছে বুলি অভিযোগ উত্থাপন হৈছে৷
