54
নতুন দিল্লীঃ কেন্দ্ৰীয় অনুসন্ধান সংস্থা চি বি আইৰ বিষয়া এম নাগেশ্বৰ ৰাৱক উচ্চতম ন্যায়ালয়ে আদালত অৱমাননাৰ দোষত শাস্তি বিহিছে৷
বিহাৰৰ এটা আশ্ৰয় গৃহৰ আৱাসিক শিশুক যৌন নিৰ্যাতনৰ তদন্ত চলোৱা এজন বিষয়াক বদলি কৰাৰ বাবেই এই শাস্তি দিয়া হৈছে৷