Home ৰাজ্যঅভি-নীল হত্যাকাণ্ড…. ভাষ্য সলনি কৰা দুজনক প্ৰতিকূল সাক্ষী ঘোষণা আদালতৰ

অভি-নীল হত্যাকাণ্ড…. ভাষ্য সলনি কৰা দুজনক প্ৰতিকূল সাক্ষী ঘোষণা আদালতৰ

by News Desk
A+A-
Reset
7e1a97ea-75b7-499a-9a01-2f7d65f91fb6

জয়ন্ত মুদৈ, নগাঁওঃ বিগত বৰ্ষৰ ৮ জুনত কাৰ্বি আংলং জিলাৰ ডকমকাত এদল উন্মত্ত লোকে মৰিয়াই মৰিয়াই অতি নৃশংসভাৱে হত্যা কৰিছিল গুৱাহাটীৰ দুই যুৱক অভিজিৎ নাথ আৰু নিলোৎপল দাসক। 

এই হত্যাকাণ্ডৰ গোচৰত শেহতীয়াকৈ ভাষ্য সলনি কৰা দুজনকৈ চাক্ষুক সাক্ষী নোমল বসুমতাৰী আৰু উজ্বল মেঁচৰ শনিবাৰে নগাঁও আদালতত ক্ৰছ পৰীক্ষা কৰা হয়। ক্ৰছ পৰীক্ষাৰ অন্তত ভাষ্য সলনিৰ স্থিতিত অটল থকাৰ বাবে নগাঁৱৰ জিলাও সত্ৰ ন্যায়াধীশ ৰীতা কৰৰ আদালতে দুয়োকে হ’ষ্টাইল অৰ্থাৎ প্ৰতিকূল সাক্ষী ঘোষণা কৰে। ইয়াকে লৈ এতিয়া শংকিত হৈ পৰিছে অভি-নীলৰ পিতৃ। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0