55
নলবাৰীঃ আজি নিশা নলবাৰীৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী হৰিমন্দিৰত আগন্তক ৮৪ সংখ্যক ৰাস মহোৎসৱৰ উপহাৰ পত্ৰৰ কাৰ্যালয়টো মুকলি কৰা হয়।
আনুষ্ঠানিক ভাবে কাৰ্যালয়টো মুকলি কৰে নলবাৰী সমষ্টিৰ বিধায়ক তথা ৮৪ সংখ্যক ৰাস মহোৎসৱ উদযাপন সমিতিৰ সভাপতি অশোক কুমাৰ শৰ্মাই।