53
নলবাৰীঃ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত অলপতে নলবাৰী চহৰৰ সমীপৱৰ্তী সুৰাদিত পৰিষদৰ এখন নতুন আঞ্চলিক সমিতি গঠন কৰা হয়।
প্ৰায় পোন্ধৰ দিন পূৰ্বে গঠন হোৱা নতুন জিলা সমিতিখনে সংগঠনটোৰ সাংগঠনিক দিশটো আৰু অধিক শক্তিশালী কৰাৰ বাবে এনেধৰণৰ নতুন কাৰ্যপন্থা হাতত লোৱা বুলি জনায় সাধাৰণ সম্পাদক নিৰোদ দাসে৷