46
নলবাৰীঃ দীপাৱলীলৈ মাজত মাথো তিনিদিন৷ তিনিদিন পিছত জিলিকি উঠিব দেশ৷ অসমতো ব্যাপত প্ৰস্তুতি চলিছে পোহৰৰ উৎসৱ দীপাৱলী পালন কৰাৰষ পিছ পৰি থকা নাই নলবাৰীৰ জিলাও৷
জিলাখনৰ মৃৎ শিল্পী সকলে পোহৰৰ উৎসৱ দীপাৱলীৰ নিশা পোহৰ কৰিবলৈ সাজু হৈ উঠিছে৷ লক্ষ লক্ষ মাটিৰ চাকি সাজু কৰিছে জিলাখনৰ মৃৎ শিল্পী সকলে৷ নলবাৰী জিলাৰ বাহঁজানীৰ চৰিয়া আৰু কুলবিল গাঁৱৰ একাংশ লোক এতিয়া দিনে-ৰাতি ভীষণ ব্যস্ত৷