Home ৰাজ্যবাহঁজানীত বিদ্যুতৰ খুঁটা উভালি পৰিল স্কুলীয়া ছাত্ৰীৰ ওপৰত, কথমপি ৰক্ষা

বাহঁজানীত বিদ্যুতৰ খুঁটা উভালি পৰিল স্কুলীয়া ছাত্ৰীৰ ওপৰত, কথমপি ৰক্ষা

by News Desk
46 views
A+A-
Reset

নলবাৰীৰ পৰা হেমন্ত কলিতাঃ নলবাৰী জিলাৰ বাহঁজানীত বুধবাৰে পুৱা পথৰ ওপৰতে বিদ্যুতৰ খুঁটা এটা উভালি পৰি এগৰাকী ছাত্ৰী গুৰুতভাৱে আহত হয়৷ 

ছাত্ৰীগৰাকী চাইকেলেৰে ঘৰৰপৰা স্কুলত গৈ থকা সময়তে এই অঘটনটো সংঘটিত হয়। ঘটনাৰ বিৱৰণি মতে, জিলা্খনৰ বাহঁজানীৰ মিলন চ’কৰ পথৰ দাঁতিত থকা বিদ্যুতৰ পকী খুঁটাটো অকস্মাতে  উভালি পৰাৰ ফলত নিজ বাহঁজানীৰ গোপাল থান হাইস্কুলত দশম শ্ৰেণীত পঢ়ি থকা ছয়নিকা তালুকদাৰে ছয়মাহিলী পৰীক্ষা দিবলৈ নিজৰ চাইকেলেৰে স্কুললৈ গৈ থকাৰ সময়তে ছাত্ৰীগৰাকীৰ ওপৰতে বিদ্যুতৰ খুঁটাটো বাগৰি পৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0