Home ৰাজ্যনলবাৰীৰ বিভিন্ন পথৰ ওপৰত বজাৰ সমস্যাত পথাচাৰী

নলবাৰীৰ বিভিন্ন পথৰ ওপৰত বজাৰ সমস্যাত পথাচাৰী

by News Desk
A+A-
Reset
nno

www.newsnextone.com| নলবাৰীঃ নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তৰ পথৰ দুয়োকাষে একাংশ ব্যৱসায়িয়ে ঢাৰি, বস্তা আদি পাৰি বহি লৈ সামগ্ৰী বিক্ৰী কৰাৰ ফলত পথাচাৰীৰ লগতে সৰ্বসাধাৰণ সমস্যাত পৰিছে৷ বৃহত্তৰ বৰনদ্দী অঞ্চলৰ বগল্ চ ৰোড বিহামপুৰ সংযোগী পথটোৰ বৰনদ্দী চ’কত বহা গধূলী বজাৰ, বৰনদ্দী সাপ্তাহিক বজাৰ চামতা কৈঠালকুচি গড়কাপ্তানী পথৰ ওপৰত বহা দৈনিক বজাৰ, ঘিল্লা চ, কত বহা বজাৰ আদিয়ে পথাচাৰী নানান অসুবিধাৰ লগতে যান যতৰ অধিক সমস্যাৰ সৃষ্টি কৰি আহিছে৷ এই পথ সমূহেৰে দিনে নিশাই শ শ সৰু বৰ যান বাহনৰ অহা যোৱা কৰে৷

ব্যৱসায়ী সকলে নিজ ইচ্ছা মতে পথাচাৰীক এনেদৰে অসুবিধাত পেলাই থকাৰ প্ৰতি প্ৰশাসনৰ কানসাৰ নাই বুলিও ৰাইজে অভিযোগ কৰিছে৷ গতিকে বিভাগীয় ভাৱে বিভিন্ন স্থানৰ পথৰ দুয়ো কাষে বহা বজাৰ সমুহৰ সু ব্যৱস্থা কৰি পথাচাৰীক সু ব্যৱস্থা কৰি দি যান যটৰ সমস্যা আঁতৰাবলৈ সচেতন নাগৰিকে দাবী জনাইছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0