Home ৰাজ্যসাংবাদিক ৰাজেন ডেকাৰ আক্ৰমণকাৰীক গ্ৰেপ্তাৰ নকৰাৰ প্ৰতিবাদত নলবাৰী মুকালমুৱাত গণ অৱস্থান

সাংবাদিক ৰাজেন ডেকাৰ আক্ৰমণকাৰীক গ্ৰেপ্তাৰ নকৰাৰ প্ৰতিবাদত নলবাৰী মুকালমুৱাত গণ অৱস্থান

by News Desk
A+A-
Reset
gana

হেমন্ত কলিতা, নলবাৰীঃ নলবাৰী জিলাৰ মুকালমুৱাৰ জ্যেষ্ঠ সাংবাদিক ৰাজেন ডেকাক এদল দুৰ্বৃত্তই পৰিকল্পিতভাৱে হত্যাৰ অপচেষ্টা চলোৱাৰ এমাহ উকলি যােৱাৰ পাছতাে আক্রমণকাৰীক আজিলৈকে আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম নােহােৱাত মঙলবাৰে নলবাৰী জিলা সাংবাদিক সন্থা, নলবাৰী জিলা ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতি, ‘আপকু’ৰ নলবাৰী জিলা সমিতি আৰু কেইবাটাও জাতীয় সংগঠনে মুকালমুৱাত এক গণ অৱস্থানৰ কাৰ্যসূচী ৰূপায়ণ কৰে।

উক্ত প্ৰতিবাদী কাৰ্যসূচীত সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি পংকজ কুমাৰ নাথ উপস্থিত থাকি অসম চৰকাৰ, আৰক্ষী প্ৰশাসন আৰু বৰক্ষেত্ৰীৰ স্থানীয় বিধায়ক নাৰায়ণ ডেকাক ক্ষুৰধাৰ সমালোচনা কৰে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0