Home ৰাজ্যঅসহায় পিতৃ-মাতৃয়ে সদাসয় ৰাইজৰ ওচৰত সহায় ভিক্ষা বিচাৰি

অসহায় পিতৃ-মাতৃয়ে সদাসয় ৰাইজৰ ওচৰত সহায় ভিক্ষা বিচাৰি

by News Desk
A+A-
Reset
2e20c8c1-a301-45c2-ac71-c7682686713b

নলবাৰীঃ কঠিন ৰোগত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত এবছৰে চিকিৎসাধীন হৈ আছে হাজো বিধান সভা সমষ্টিৰ অন্তৰ্গত পালেপাৰা গাঁৱৰ ভেঞ্চাৰ স্কুলৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী লক্ষীধৰ কলিতা আৰু ববিতা কলিতাৰ ৫ম মান শ্ৰেণীত অধ্যয়নৰত দহবছৰীয়া একমাত্ৰ কন্যা গৰিমা কলিতা৷ 

চিকিৎসকে কিশোৰীগৰাকী ফিংকনিজ এম’নিয়া ৰোগত আক্ৰান্ত বুলি প্ৰকাশ কৰাত আৰু উন্নত চিকিৎসাৰ বাবে বাংগালুুৰুলৈ নিবলৈ পৰামৰ্শ আগবঢ়োৱাত দৰিদ্ৰ পৰিয়ালটোৰ মূৰত সৰগ ভাগি পৰাৰ দৰেই হয়। পৰিয়ালটোৱে বিভিন্ন উৎসত খবৰ কৰি উক্ত ৰোগৰ চিকিৎসাৰ বাবে আনুমানিক ত্ৰিশলক্ষাধিক টকাৰ প্ৰয়োজন হ’ব বুলি জানিব পাৰি একপ্ৰকাৰ দিশহাৰা হৈ পৰে পৰিয়ালটো। 

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0