Home ৰাজ্যজয়শ্যামৰায় গোসাঁইঘৰৰ বাৰ্ষিক সভা মহোৎসৱৰ আয়োজন

জয়শ্যামৰায় গোসাঁইঘৰৰ বাৰ্ষিক সভা মহোৎসৱৰ আয়োজন

by News Desk
53 views
A+A-
Reset

নলবাৰীঃ মঙলবাৰৰপৰা প্ৰায় ১৫০ বছৰ পূৰ্বে ন-মাটি অঞ্চলৰ ৰাইজৰ মংগলাৰ্থে প্ৰাতঃ নমস্য ভক্ত প্ৰাণ লোকে শুভাৰাম্ভ কৰা শ্ৰী শ্ৰী জয়শ্যামৰায় গোঁসাইঘৰৰ ন-মাটিৰ বাৰ্ষিক সভা মহোৎসৱখন অহা ১৩, ১৪, ১৫ আৰু ১৬ ফেব্ৰুৱাৰীত চাৰিদিনীয়া বৰ্ণাধ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰাৰ বাবে যো-জা কৰিছে৷

কাৰ্য্যসূচী অনুসৰি ১৩ ফেব্ৰুবাৰীৰ পুৱা ৯ বজাত সভা মহোৎসৱৰ দ্বাৰ উন্মোচন, ৯-১৫ বজাত নৱ নিৰ্মিত বাটচ’ৰা উদ্বোধন, ৯-৩০ বজাত ভাগৱত স্থাপন, ১০-৩০ বজাত গছপুলি ৰোপন, ১১ বজাত দ্বাৰ উন্মোচন, আবেলি ৩ বজাত বন্তি প্ৰজ্বলন, ৩-৩০ বজাত সভা মহোৎসৱ উদ্বোধনী, ৪-৩০ বজাত আতচবাজী প্ৰদৰ্শন, নিশা ৮ বজাত নাগাৰাৰ নাম প্ৰদৰ্শন কৰা হ’ব৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0