59
নলবাৰীঃ নলবাৰীৰ ‘খোজ’ নামৰ সমাজ উন্নয়ন সংঘৰ উদ্যোগত উত্তৰ কামপীঠ মহাবিদ্যালয় কনিষ্ঠ শাখাৰ ছাত্ৰীসকলৰ লগত ঋতুস্ৰাৱ পৰিচ্ছতা দিৱস উদযাপন কৰা হয়।
ইয়াৰ মূল উদ্দেশ্য সমাজৰ কিশোৰীসকলক স্বচ্ছতা সম্পৰ্কে অৱগত কৰা আৰু অপৰিষ্কাৰ পৰিৱেশৰপৰা হ’ব পৰা বিপদসমূহৰপৰা দূৰত ৰখা। কাৰণ কিছুমান অন্ধ বিশ্বাসৰ ফলত আমাৰ সমাজৰ বহুতো কিশোৰী-মহিলা বিভিন্ন বেমাৰৰ চিকাৰ হৈ আহিছে।