Home ৰাজ্যনলবাৰীৰ কৃতি শিক্ষক মহেশ্বৰ হালৈৰ অভিনন্দন গ্ৰন্থ উন্মোচনৰ লগতে ৰাজহুৱা সম্বৰ্ধনা সভা

নলবাৰীৰ কৃতি শিক্ষক মহেশ্বৰ হালৈৰ অভিনন্দন গ্ৰন্থ উন্মোচনৰ লগতে ৰাজহুৱা সম্বৰ্ধনা সভা

by News Desk
75 views
A+A-
Reset

নলবাৰীঃ নলবাৰী জিলাৰ বুঢ়ীনগৰত শনিবাৰে জনতা হাইস্কুল প্ৰাংগনত শিলগোঁসানী থান শাখা সাহিত্য সভাৰ উদ্যোগত কাশীমপুৰ বাপুজী এম. ই স্কুলৰ প্ৰাক্তন প্ৰধানও কৃতি শিক্ষক মহেশ্বৰ হালৈ দেৱৰ এখন অভিনন্দন গ্ৰন্থ উন্মোচন কৰা হয়। উক্ত গ্ৰন্থখনত উন্মোচন কৰে  অসম চৰকাৰৰ বিও, স্বাস্থ্য আৰু গড়কাপ্তানী বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মাতৃ মূনালেনী দেৱীয়ে।

উক্ত সভাত সভাপতিত্বত কৰে শিলগোঁসানী শাখা সাহিত্য সভাৰ সভাপতি প্ৰীয়নাথ বৰ্মনে৷ সভাত নলবাৰী হৰিমন্দিৰ সমিতি সম্পাদক নগেন ডেকা, নলবাৰী সংস্কৃত মহাবিদ্যালয় অধ্যাপক দিনমনি ভাগৱতী, গুৱাহাটী কটন কলেজৰ প্ৰৱক্তা শংকৰ হালৈ, নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ডাঃ বিপিন চন্দ্ৰ কলিতা, নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মা প্ৰমুক্ষে বিশিষ্ট সকল উপস্থিত থাকে উল্লেখ্য যে, অভিনন্দন গ্ৰন্থ উন্মোচনী সভাৰ লগত সংগতি ৰাখি  কৃতি শিক্ষক মহেশ্বৰ হালৈ দেৱক বৃহওৰ নতুন দেহৰ অঞ্চলৰ কেইৱাটাও অনুষ্ঠানে ৰাজহুৱা ভাৱে সম্বৰ্ধনা জনায়৷ অনুষ্ঠানটো আঁত ধৰে অনিল দাসে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0